প্ৰেৰণা

প্ৰেৰণা
প্ৰেৰণা



প্ৰেৰণা-আঁচনি


অসম চৰকাৰৰ শিক্ষা বিভাগৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি হৈছে-"প্ৰেৰণা"

চিবিএছচিৰ মাধ্যমৰ চৰকাৰী আদৰ্শ বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়ন কৰা শিক্ষাৰ্থী সকলকলৈ প্ৰস্তুত কৰা হৈছে এই আঁচনি খন।

ইয়াৰ অধীনত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ৬ মাহৰ বাবে মাহে ৩০০ টকাকৈ মুঠ ১৮০০ টকা লাভ কৰিব।

আঁচনি খনৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থী সকলৰ যাৱতীয় শিক্ষা সামগ্ৰী যোগাৰ কৰাত আৰ্থিকভাৱে সহায় কৰি শিক্ষাৰ প্ৰতি ধাউতি বঢ়োৱা।

কোনে কোনে পাব-


👉 বিদ্যায়লয়ত যাৰ উপস্থিত ৭৫% আছে

👉 যি আৰ্থিক ভাৱে পিছপৰা পৰিয়ালৰ

কোনে কোনে নাপাব-


❌ উপৰুক্ত দুয়োটাৰ বাহিৰত পৰা আৰু বিদ্যালয়ত যিকোনো অসৎ কাম কৰিলে।

আবেদন-


বিদ্যালয়ৰ মূৰব্বীৰ জড়িয়তে।

Post a Comment

0 Comments