![]() |
| জাম যোজনা |
জাম যোজনা
জাম(JAN-John Dhon,Aadhar আৰু Mobile) আঁচনি আন একো নহয়,ই মাত্ৰ বেংক একাউণ্টৰ লগত আধাৰ আৰু মবাইল নম্বৰ লিংক কৰাৰ এক সুনিদিষ্ট ব্যৱস্থা।
জনধন যোজনা,যাৰ সহায়ত কেন্দ্ৰীয় চৰকাৰে দেশৰ দুখীয়া মহিলালৈ পোনপতিয়াকৈ নিদিষ্ট পৰিমানৰ ধন বছৰত এবাৰকৈ বেংকলৈ পঠিয়াই থাকে। সেইবাবেই হিতাধিকাৰীৰ সকলৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ থকাতো খুবেই প্ৰয়োজন। নহলে পাব লগীয়া টকা পাব নোৱাৰি।
তাৰোপৰি জনধনৰ উপৰিও আন বহু আঁচনি আছে, যিবোৰৰ বাবেও বেংক একাউণ্টৰ লগত আধাৰ আৰু মবাইল একেলগে লিংক হৈ থাকিবই লাগিব।
সেইবাবেই কেন্দ্ৰীয় চৰকাৰে দুখীয়া মহিলা সকলে যাতে তেওঁলোকে পাবলগীয়া ধনৰ পৰা বিমূখ হ'ব লগীয়া নহয় তাৰবাবেই সজাগ কৰি এই JAM আঁচনিখন প্ৰস্তুত কৰি উলিয়াইছিল।
#JamYojna

0 Comments