দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা

 
দীন-দয়াল-উপাধ্যায়-গ্ৰামীণ-কৌশল-যোজনা
দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা



দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা


২০২৪ চনতে আৰম্ভ কৰা "দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা(DDU-GKY)" গাৱঁৰ যুৱক-যুৱতী সকলৰ বাবে প্ৰস্তুত কৰা এখন অতি গুৰুত্বপূৰ্ণ এখন আঁচনি

এই আঁচনি খনৰ দ্বাৰা গাৱঁৰ দুখীয়া লৰা-ছোৱালী সকলক উন্নত প্ৰক্ষিশণ দি বিভিন্ন চাকৰিৰ কাৰনে যোগ্যবান কৰি তোলা।

যাৰ বাবে চৰকাৰে দেশৰ সকলো স্থানতে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ যোগদি দীন দয়াল প্ৰক্ষিশণ কেন্দ্ৰ খুলি যুৱক-যুৱতী সকলক উন্নত মানৰ প্ৰক্ষিশণ দি আহিছে।

এই দীন দয়াল প্ৰক্ষিশণ কেন্দ্ৰত প্ৰক্ষিশিত হৈ ঊঠিলে চৰকাৰে বিভিন্ন কোম্পানীত চাকৰিৰ ব্যৱস্থা কৰি দিয়ে।

এই আঁচনিৰ যোগ্যতা হৈছে-

👉১৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ'ব লাগিব

👉মহিলা,শাৰীৰিক অক্ষম,অন্যান্য কিছুমান বিশেস গোট,যেনে-হিজড়া আদিৰ বাবে ৪৫ বছৰ

👉বিপিএল বা অন্ত্যোদয় ৰেছন কাৰ্ড থাকিব লাগিব বা এমজিএনৰেগাৰ কাৰ্ড আদি থাকিব লাগিব।

প্ৰয়োজনীয় নথিপত্ৰ-

⭐ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ(পিআৰচি)

⭐বয়সৰ প্ৰমাণ পত্ৰ

⭐শিক্ষাগত অৰ্হতা

⭐বেংকৰ পাছবুক

⭐মবাইল নম্বৰ

⭐আধাৰ কাৰ্ড

⭐বছেৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ আদি।

আবেদন কনেকৈ কৰিব-

তলৰ লিংকটোত ক্লীক কৰি সহজেই অনলাইনত আবেদন কৰক।

https://kaushal.rural.gov.in


Post a Comment

0 Comments