
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি

"প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি" আঁচনিৰ যোগেদি দেশৰ কম খেতিৰ মাটি থকা দুখীয়া খেতিয়ক সকলক আৰ্থিক সহায় আগবঢ়োৱা হ'য়।
এই আঁচনি খনৰ জড়িয়তে যোগ্য খেতিয়ক সকলক ৬০০০ টকাকৈ তিনিটা কিস্তিত চৰকাৰে পোনে পোনে তেওঁলোকৰ বেংকলৈ পঠিয়াই দিয়ে।
ইয়াৰ বাবে যোগ্যতা-
👉জোখকৈ মাটি কম হ'ব লাগিব
👉চাকৰি কৰা হ'ব নোৱাৰিব
👉কোনো অনুষ্ঠান ইয়াৰ বাবে বিবেচিতে নহব।
প্ৰয়োজনীয় নথিপত্ৰ-
👆মাটি থকাৰ প্ৰমাণ পত্ৰ
👉খাজানা ৰছিদ
👉জমাবন্দী
👉আধাৰ কাৰ্ড
👉পান কাৰ্ড
👉ভোটাৰ কাৰ্ড
👉মোবাইল নম্বৰ ইত্যাদি।
আবেদ কেনেকৈ কৰিব-
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ বাবে নিজৰ মবাইলৰ পৰাই তলৰ লিংকটো মবাইলৰ ব্ৰাউজাৰত টাইপ কৰি আবেদন কৰিব পাৰিব।
pmkisan.gov.in
0 Comments