অসম অভিনন্দন শিক্ষা ঋণ আঁচনি

 
অসম-অভিনন্দন-শিক্ষা-ঋণ-আঁচনি
অসম অভিনন্দন শিক্ষা ঋণ আঁচনি


অসম অভিনন্দন শিক্ষা ঋণ আঁচনি


অসমৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধাৰ বাবে "অসম অভিনন্দন শিক্ষা ঋণ" আঁচনি খন অসমত প্ৰৱৰ্তন কৰা হৈছে।

গৃহ নিৰ্মান আঁচনিৰ সহযোগত তথা সকলো বেংকৰ সয়ায়ত এই আঁচনিখন ২০১৯ চনৰ ২৬ নবেম্বৰত তেতিয়াৰ মূখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই উদ্ধোধন কৰিছিল।

অভিনন্দন শিক্ষা আঁচনিৰ যোগে ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে ১ লাখ টকাৰ ঋণ লাভ কৰিব।

১ লাখ টকা ঋণৰ ৫০ হাজাৰ টকাৰ ৰাজসাহায্য লিভ কৰিব। মূল কথাটো হৈছে ছাত্ৰ-ছাত্ৰী সকলে বিণিজ্যিক বেংক বা গ্ৰামীণ বেংকৰ যোগেহিহে ঋণ লৱ পাৰিব। নহলে ৰাজসাহায্য নাপাব।

তাৰোপৰি মুঠ টকাৰ ২৫% বেংকত জমা দিলেহে চৰকাৰী ৰাজসাহায্য পাবলৈ সক্ষম হ'ব। নহলে এই সুবিধা নাপাব।

ইয়াৰ যোগ্যতা-

অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব

পৰিয়ালৰ নামত বেংক ঋণ থাকিব নোৱাৰিব আদি।

লাগতিয়াল নথিপত্ৰ-

আধাৰ কাৰ্ড

বেংকৰ অভিনন্দন লোণ লোৱাৰ প্ৰমাণ পত্ৰ

অভিভাৱকৰ পৰিচয় পত্ৰ

ঠিকনাৰ প্ৰমাণ পত্ৰ ইত্যাদি।

আবেদন কেনেকৈ কৰিব-

অভিনন্দন আঁচনিত ঋণ ল'বলৈ অ'নলাইন বা অফলাইন দুয়োটা উপায়েৰেই সহজেই আবেদন কৰিব পাৰিব।

Post a Comment

0 Comments