ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি

 
ইণ্ডিৰা-গান্ধী-ৰাষ্ট্ৰীয়-বিধৱা-পেঞ্চন-আঁচনি
ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি




ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি


"ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন" আঁচনিৰ অধিনত বিধৱা মহিলাক আৰ্থিক ভাৱে সৱল কৰাৰ লক্ষ্য লোৱা হৈছে।

যদিও ইয়াত বিধৱা মহিলা বুলি কোৱা হৈছে, অৱিবাহিত পুৰুষ সকলকো ইয়াত সংজোযন কৰা হৈছে।

বিধৱা পেঞ্চন আঁচনিখনৰ যোগেদি মহিলাই ৩০০ টকা আৰু পুৰুষে ৫০০ টকাকৈ লাভ কৰে।

ইয়াৰ বাবে যোগ্যতা-

👉ভাৰত চৰকাৰৰ নিয়ম মতে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হ'ব লাগিব

👉মহিলাৰ বয়স ৪০ ৰ পৰা ৭৯ বছৰ হ'ব লাগিব

👉পুৰুষৰ ক্ষেত্ৰত ৮০ বছৰৰ ওপৰ হ'ব লাগিব।

কি ক্ষেত্ৰত নাপাব-

❌যদিহে মহিলা গৰাকী বিয়াত বহে

❌যদিহে মহিলা গৰাকীৰ উপাৰ্জন বেছি হ'য়

প্ৰয়োজনীয় কাগজ-পত্ৰ--

💯বয়সৰ প্ৰমাণ পত্ৰ

💯অবিবাহিতাৰ প্ৰমাণ পত্ৰ(যি খন ডিচি অফিছৰ পৰা উলিয়াব পাৰি)

💯বছেৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ

💯ঠিকনাৰ প্ৰমাণ পত্ৰ

💯ভোটাৰ পৰিচয় পত্ৰ

💯আধাৰ কাৰ্ড

💯বেংক পাছবুক 

💯গাওঁবুঢ়াৰ প্ৰমাণ পত্ৰ আদি।

আবেদন কেনেকৈ কৰিব-

গাওঁ পঞায়তৰ সদস্য বা কাউঞ্চিলাৰৰ সহায়ত যাৱতীয় নথিপত্ৰৰে আবেদন কৰিব পাৰি।

Post a Comment

0 Comments