![]() |
| ফটো ক্ৰেডিট-ইউটিউব |
প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি
২০২৩ চনৰ ১ জানুৱাৰীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ লাখ লাখ তথা বিভিন্ন শিল্প কৰ্মৰ লগত জড়িত লোকক আৰ্থিক সকাহ দিয়াৰ বাবেই " প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা" আঁচনি খন উদ্ধোধন কৰে।
২০২৭-২৮ লৈ চলিব লগীয়া এই আঁচনি খনত বিশেষকৈ মিষ্ট্ৰী,শিপিনী,কুমাৰ,কঁহাৰ,ভাস্কয্য শিল্পীকে ধৰি মুঠ ১৮ বিভাগ সামৰি লৈছে।
আপুনি পাব লগীয়া-
শিল্লী সকলক হাতে কামে পাকৈত কৰিবলৈ MSMEৰ তৰফৰ পৰা ১৫ দিনৰ উচ্ছ মানৰ প্ৰক্ষিশণ দিয়া হ'ব। প্ৰক্ষিশণৰ ১৫ দিনৰ প্ৰত্যেক দিনেই ৫০০ টকাকৈ মাননি পাব।
প্ৰক্ষিশণৰ অন্তত যাৱতীয় সা-সৰঞ্জাম কিনিবৰ বাবে ১০ হাজাৰ টকাকৈ বিভাগীয় ভাৱে প্ৰত্যককে দিয়া হ'ব।
নিজৰ কামত অগ্ৰগতি লাভ কৰিবলৈ প্ৰক্ষিশণপ্ৰাপ্ত সকলত ৩ লাখকৈ দিয়া হ'ব। ইয়াৰে ১ লাখ টকা ১৮ মাহৰ বাবে আৰু বাকী ২ লাখ টকা ৩০ মাহৰ বাবে দিয়া হ'ব।
এই তিনি লাখ টকাৰ সুত নিৰ্ধাৰন কৰা হৈছে ৫%।
কোনে কোনে ইয়াৰ সুবিধা পাব-
ভাৰতীয় নাগৰিক হ'ব লাগিব
বিভিন্ন কামত অভিজ্ঞতা থকা মিষ্ট্ৰী(পকা.কাঠৰ,বিদ্যুৎ আদি) আৰু শিল্পী সকলে
১৮ বছৰৰ ওপৰৰ ওপৰোক্ত লোক সকলে
এটা পৰিয়ালৰ এজন মাত্ৰ
কোনে কোনে নাপাব-
চাকৰীয়ালৰ পৰিয়ালৰ সদস্যই
বেংকত ঋণ থকাসকলে
নথিপত্ৰ-
আধাৰ কাৰ্ড
আয়ৰ প্ৰমাণ পত্ৰ
ঠিকনাৰ প্ৰমাণ পত্ৰ
পান কাৰ্ড
বেংকৰ পাছবুকেই প্ৰধান।
চিন্তা নাই,MSME য়ে সকলো কৰিব। প্ৰস্তুত কৰা বস্তু পেকিং কৰাকে আদি কৰি বস্তু বিক্ৰী কৰালৈকে সকলোখিনি কৰি আপোনাৰ বেংকত পাব লগীয়া পইছা পাই থাকিব।
পিছে আবেদন কেনেকৈ কৰিব-
সহজ! ওচৰৰ কম্পিউটাৰ(CSC) দোকানলৈ ওপৰত উল্লেখ কাগজ পত্ৰ লৈ যাওক। লগে লগেই--
মনত ৰাখিব লোণ কিন্তু🤨

0 Comments